All Episodes

March 23, 2023 157 mins
Please visit https://thebookvoice.com/podcasts/1/audiobook/832297 to listen full audiobooks. Title: [Assamese] - Gupon kaitor aasur Author: ৰঞ্জু হাজৰিকা Narrator: ৰত্ন দাস Format: Unabridged Audiobook Length: 2 hours 37 minutes Release date: March 24, 2023 Genres: Suspense Publisher's Summary: প্ৰখ্যাত যাদুকৰ চাণক্য কেনেকৈ সোমাই পৰিল প্ৰসেন আৰু পূৰৱীৰ পবিত্ৰ প্ৰেমৰ চাকনৈয়াত !! শিকাৰু আৰু অপ্ৰতিষ্ঠিত যাদুকৰ প্ৰসেনৰ হাতৰ পৰা চাণক্যই কি যাদুৰেনো কাঢ়ি নিছিল পূৰৱীৰ মন...কিয় প্ৰেমিক প্ৰসেনৰ বাহুবন্ধনৰ পৰা আঁতৰি গৈ পূৰৱী হৈ পৰিল চাণক্যৰ বাগদত্তা....সঁচাকৈ এনে যাদুও কৰিব পাৰে নে চাণক্যই য'ত মৃত্যুৱেও হাৰ মানিবলৈ বাধ্য হয় ?সেই শিহৰণকাৰী যাদু প্ৰদৰ্শনৰ সময়ত কি ঘটিছিল সেইদিনা ?সমাধিত পুতি থোৱা বাকচটোৰ পৰা ওলাই আহিব পাৰিল নে যাদুকৰ চাণক্য ? নে বিফল হ'ল সেই যাদু ? কোন আছে আঁৰত ? এনেদৰে ত্ৰিকোণ প্ৰেমৰ শিহৰণ , স্বাসৰুদ্ধময় উৎকণ্ঠা আৰু উদ্বেগেৰে ভৰা ৰহস্যধৰ্মী উপন্যাস 'গোপন কাঁইটৰ আঁচোৰ '-এ পাঠকক লৈ যায় কল্পনা -অনুভূতিৰ অন্য এক প্ৰান্তলৈ ।
Mark as Played

Advertise With Us

Popular Podcasts

Stuff You Should Know
Dateline NBC

Dateline NBC

Current and classic episodes, featuring compelling true-crime mysteries, powerful documentaries and in-depth investigations. Follow now to get the latest episodes of Dateline NBC completely free, or subscribe to Dateline Premium for ad-free listening and exclusive bonus content: DatelinePremium.com

The Herd with Colin Cowherd

The Herd with Colin Cowherd

The Herd with Colin Cowherd is a thought-provoking, opinionated, and topic-driven journey through the top sports stories of the day.

Music, radio and podcasts, all free. Listen online or download the iHeart App.

Connect

© 2025 iHeartMedia, Inc.